Tumar Obihone (Moi Je Nohoi)

歌手: Gautam Kalita Dorothy Bordoloi • 专辑:Tumar Obihone (Moi Je Nohoi) • 发布时间:2021-12-27
作词 : Deeg Diganta
作曲 : Dipkesh Borgohain
তোমাৰ অবিহনে মই যে নহয়
নোৱাৰিম থাকিম তুমি নহলে
প্ৰতিটো পল তোমাতেই বিলীন
তুমিয়েই জানা মোৰ মৰমৰে চিন
তোমাৰ অবিহনে মই যে নহয়
নোৱাৰিম থাকিম তুমি নহলে
সাধু সাধু লাগে তাহানিৰ কথাবোৰ
তুমি মই মিলি দেখা সপোনবোৰ
এটি ঘৰ সাজিম সুখে ভৰা জোন
তৰা জিলিকিব আকাশতে চোন
এতিয়া যে সদায় কাষতে থাকিবা
মৰম চেনেহ জানা কমিব নিদিবা
প্ৰতিটো পল তোমাতেই বিলীন
তুমিয়েই জানা মোৰ মৰমৰে চিন
তোমাৰ অবিহনে মই যে নহয়
নোৱাৰিম থাকিম তুমি নহলে
চকুৰে পলকত বুকুৰে সোমাজত
জিলিকি আাছা তুমি সোন হৈ
আশাৰে শিতানত বাৰিষাৰ টোপালত
ভৰি আছা মোৰ প্ৰতিপল
উমি উমি জ্বলে হেপাঁহৰে জুই
আবেগৰে ঢলে নিয়ে জানা ধুই
মনে মনে আহি বুকুতে দিলা শুই
তোমাৰেনো মাতে মন যায় চুই
সকলো মোৰ তুমিয়েই জানা
মোৰ জীৱন মৰণ তুমিয়েই হোৱা
তোমাৰ অবিহনে মই যে নহয়
নোৱাৰিম থাকিম তুমি নহলে
📥 下载LRC歌词 📄 下载TXT歌词

支持卡拉OK同步显示,可用记事本编辑